শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল?

উত্তৰঃ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি লাচিত বৰফুকন আছিল।