অসমত কিমান চনত বাংলা ভাষাৰ প্ৰৱৰ্তন হয়?

উত্তৰঃ অসমত ১৮৩৭ চনত বাংলা ভাষাৰ প্ৰৱৰ্তন হয়।