অসমত দুৰ্গা পূজাত মূৰ্তিৰ প্ৰচলন কোনজন আহোম ৰজাৰ দিনৰ পৰা আৰম্ভ হয়?

উত্তৰঃ অসমত দুৰ্গা পূজাত মূৰ্তিৰ প্ৰচলন খোৰা ৰজাৰ দিনৰ পৰা আৰম্ভ হয়।