অসম সাহিত্য় সভাৰ প্ৰথম অধিবেশনখন কিমান চনত আৰু ক’ত হৈছিল ?

উত্তৰঃ অসম সাহিত্য় সভাৰ প্ৰথম অধিবেশনখন ১৯১৭ চনত শিৱসাগৰ হৈছিল ।