আহোম আৰু মোগলৰ মাজত ইটাখুলিৰ যুদ্ধ কিমান চনত হয়?

উত্তৰঃ আহোম আৰু মোগলৰ মাজত ইটাখুলিৰ যুদ্ধ ১৬৮২ চনত হয়।