কামাখ্য়া মন্দিৰলৈ উঠা পথটোৰ নাম কি?

উত্তৰঃ নৰকাসুৰ ৰজাই বনোৱা কামাখ্য়া মন্দিৰলৈ উঠা পথটোৰ নাম মেখেলা উজুৱা পথ।