কোনখন গ্ৰন্থকাৰক অসমীয়া সাহিত্য়ৰ ‘ ৱাল্টাৰ স্কট ‘ বোলা হয় ?

উত্তৰঃ ৰজনীকান্ত বৰদলৈ গ্ৰন্থকাৰক অসমীয়া সাহিত্য়ৰ ‘ ৱাল্টাৰ স্কট ‘ বোলা হয় ।