কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল?

উত্তৰঃ চুহুমুং বা দিহিঙীয়া আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল।