কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়?

উত্তৰঃ চুহুমুং আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়।