গাঁও পঞ্চায়তত ১৯৯১ চনৰ সংশোধন মতে কিমান আসন অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ কৰা হয় ?

উত্তৰঃগাঁও পঞ্চায়তত ১৯৯১ চনৰ সংশোধনী মতে পঞ্চাশ শতাংশ আসন অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ কৰা হয়