গাঁও পঞ্চায়ত এলেকাক কেইটা সমষ্টিত ভাগ কৰা হয় ?

উত্তৰঃগাঁও পঞ্চায়ত এলেকাক দহটা সমষ্টিত ভাগ কৰা হয় ।