গাঁও পঞ্চায়ত এলেকাত কিমান জনসংখ্য়া থাকিব লাগে ?

উত্তৰঃ গাঁও পঞ্চায়ত এলেকাত ৬,০০০ৰ পৰা ১০, ০০০ লৈ জনসংখ্য়া থাকিব লাগে ।