টাইফয়েড (Typhoid) কেনেকৈ হ’ব পাৰে?

উত্তৰঃ টাইফয়েডৰ বীজাণু আমাৰ দেহলৈ খোৱাপানী, গাখীৰ, আইচক্ৰীম আৰু কীট-পতংগৰ পৰা আহিব পাৰে। এই বেমাৰৰ চিকিৎসাৰ বাবে ক্ল’ৰ’মাইচেটিন (Chloromycetin) ঔষধ ব্য়ৱহাৰ কৰা হয়।