দিহিং নদীৰ পাৰৰ বকতাত ৰাজধানী পতা আহোম ৰজাজন কোন?

উত্তৰঃ দিহিং নদীৰ পাৰৰ বকতাত ৰাজধানী পতা আহোম ৰজাজন হ’ল চুহুমং।