প্ৰথম অসমীয়া গল্প সংকলন ‘সুৰভি’ ৰ ৰচক কোন?

উত্তৰঃ প্ৰথম অসমীয়া গল্প সংকলন ‘ সুৰভি ‘ ৰ ৰচক হ’ল লক্ষ্মীনাথ বজবৰুৱা ।