বংগ ভংগ কৰি অসমক পূব বংগৰ লগত সংযোগ কিমান চনত কৰা হয়?

উত্তৰঃ বংগ ভংগ কৰি অসমক পূব বংগৰ লগত সংযোগ ১৯০৫চনত কৰা হয়।