বৃটিছসকলৰ বিৰুদ্ধে গোমধৰ কোৱৰে কিমান চনত বিদ্ৰোহ কৰে?

উত্তৰঃ বৃটিছসকলৰ বিৰুদ্ধে গোমধৰ কোৱৰে ১৮২৮ চনত বিদ্ৰোহ কৰে।