ভাস্কৰ বৰ্মনে থানেশ্বৰৰ কোন গৰাকী ৰজাৰ লগত মিত্ৰতা কৰিছিল?

উত্তৰঃ ভাস্কৰ বৰ্মনে থানেশ্বৰৰ হৰ্ষবৰ্ধন ৰজাৰ লগত মিত্ৰতা কৰিছিল।