মানৱ সম্পদ বুলিলে কি বুজা ?

 শাৰীৰিক ভাৱে সক্ষম , মানসিক ভাবে সুস্থ , উপযুক্ত শিক্ষা আৰু প্রশিক্ষণ লৈ দক্ষতা অর্জন কৰি উৎপাদনমুখী কার্যত নিজকে নিয়ােজিত কৰিব বিচৰা লােককে মানৱ সম্পদ বুলি কোৱা হয় ।