সালোক সংশ্লেষণ কাক বোলে ?

 সেউজীয়া উদ্ভিদে পত্ৰহৰিতৰ সহায়ত সূৰ্যৰ পোহৰৰ উপস্থিতিত পানী আৰু কাৰ্বন ডাই-অক্সাইডৰ মাজত বিক্ৰিয়া ঘটাই নিজৰ খাদ্য নিজে সংশ্লেষণ কৰা প্ৰক্ৰিয়াকে সালোক সংশ্লেষণ বোলে।