১। প্ৰাচীন অসমৰ লিপি কেইটাভাগ ভগোৱা হয় ? সেইকেইটা নাম লিখা।

উওৰ = প্ৰাচীন অসমৰ লিপি দুটা ভাগত ভগোৱা হৈছে।সেইকেইটা হল – ১। স্হানীয় লিপি ২। ভাৰতৰ বিভিন্ন প্ৰান্ত পৰা উদ্ধাৰ কৰা লিপি।

২। অসমৰ প্ৰাচীন কি নামেৰে জনা যায়।

উওৰ = অসমৰ প্ৰাচীন প্ৰাগজ্যেতিষ নামেৰে জনা যায় ।

৩। প্ৰাগজ্যেতিষ কি নাম উল্লেখ কৰা হৈছে ।

উওৰ = প্ৰাগজ্যেতিষ ৰামায়ণত আৰ মহাভাৰত পৰা উল্লেখ কৰা হৈছে।

৪। প্ৰাগজ্যেতিষ কত অৱস্হিত আৰ নগৰখনৰ বিস্তত কিমান।

উওৰ = প্ৰাগজ্যেতিষ বৰাহ নামৰ স্বৰ্ণ শিখ পাহাৰত অৱস্হিত আৰ ৬৪ বিস্তত।

৫। পাহাৰ বাসিন্দা কাক বোলা হয়।

উওৰ = মহাভাৰতত প্ৰাগজ্যেতিষ ৰজা ভগদওক শৈলালয় বা পাহাৰৰ বাসিন্দা বোলা হয।

৬। সাগৰ পাৰত বাস কৰা গোষ্ঠীটো নাম কি ।

উওৰ= সাগৰ পাৰত বাস কৰা গোষ্ঠীটো নাম হল মংগোলীয় গোষ্ঠী ।

৭। সাগৰ পাৰত বাস কৰা যিকোনো অঞ্চলত দুটা নাম লিখা ।

উওৰ = সাগৰ পাৰত বাস কৰা যিকোনো অঞ্চলত দুটা নাম হল চিলেট, মৈমন সিং।

৮। ৰাজ্যখনৰ ৰাজধানী নাম কি আছিল ।

উওৰ = ৰাজ্যখনৰ ৰাজধানী নাম হল প্ৰাগজ্যেতিষপুৰ।