১৯৯৪ চনত কিমান ধাৰাত গাঁও পঞ্চায়তৰ কাৰ্যসমূহ বৰ্ণনা কৰা আছে ?

উত্তৰঃ ১৯৯৪ চনত ৩৫ ধাৰা ধাৰাত গাঁও পঞ্চায়তৰ কাৰ্যসমূহ বৰ্ণনা কৰা আছে।