১৯৯৪ চনৰ অসম পঞ্চায়ত আইনৰ কিমান ধাৰামতে আঞ্চলিক পঞ্চায়তত সমিতিৰ ব্য়ৱস্থা আছে ?

উত্তৰঃ ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনৰ ৫২নং ধাৰা মতে আঞ্চলিক পঞ্চায়তত সমিতিৰ ব্য়ৱস্থা আছে ।