৭৩ তম সংশোধনীমতে সকলো ৰাজ্যতে পঞ্চায়তৰ কাৰ্যকাল কিমান ধাৰ্য কৰা হৈছে ?

উত্তৰঃ ৭৩ তম সংশোধনীমতে সকলো ৰাজ্য়তে পঞ্চায়তৰ কাৰ্যকাল পাঁচ বছৰ ধাৰ্য কৰা হৈছে ।