কিমান চনত জে আৰ ডি টাটাই বিমান চালনাৰ বাবে অনুজ্ঞা পত্ৰ লাভ কৰে? Posted on 17/06/202217/06/2022 by Puspa Kakati উত্তৰঃ ১৯২৯ চন।
কিমান চনত চি ভি ৰমনে ৰমন এফেক্ট আৱিষ্কাৰ কৰে? Posted on 17/06/202217/06/2022 by Puspa Kakati উত্তৰঃ ১৯২৮ চন।
কিমান চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মহিলাক অনুমতি প্ৰদান কৰা হয়? Posted on 17/06/202217/06/2022 by Puspa Kakati উত্তৰঃ ১৯২৬ চন।