ৰবীন্দ্ৰ নাত ঠাকুৰৰ বিখ্য়াত গীতাঞ্জলি পুথিৰ প্ৰকাশ কাল-। Posted on 17/06/202217/06/2022 by Puspa Kakati উত্তৰঃ ১৯১২ চন।
ভাৰতৰ সংবাদ পত্ৰ আইন কিমান চনত বলবৎ হয়? Posted on 17/06/202217/06/2022 by Puspa Kakati উত্তৰঃ ভাৰতৰ সংবাদ পত্ৰ আইন ১৯১০চনত বলবৎ হয়।
ক্ষুদিৰাম বসুৰ ফাঁচিৰ কিমান চনত হয়? Posted on 17/06/202217/06/2022 by Puspa Kakati উত্তৰঃ ক্ষুদিৰাম বসুৰ ফাঁচিৰ ১৯০৮ চনত হয়।
মৰ্লে মিণ্টো সংস্কাৰ কিমান চনৰ? Posted on 17/06/202217/06/2022 by Puspa Kakati উত্তৰঃ মৰ্লে মিণ্টো সংস্কাৰ ১৯০৯ চনৰ।