উত্তৰঃ মাৰ্ক পলাই ভাৰত ভ্ৰমণ কৰা চনটো হ’ল ১২৯৮ খ্ৰীষ্টাব্দ।
Question and Answer Solution
উত্তৰঃ মাৰ্ক পলাই ভাৰত ভ্ৰমণ কৰা চনটো হ’ল ১২৯৮ খ্ৰীষ্টাব্দ।
উত্তৰঃ ১২৩৬ খ্ৰীষ্টাব্দত ৰেজিয়া চুলতানাই দিল্লী শাসন কৰে।
উত্তৰঃ কুটুবুদ্দিন আইবেকে দিল্লীৰ ১২০৬ চনত দাস বংশ প্ৰতিষ্ঠা কৰে।
উত্তৰঃ ১১৯১ খ্ৰীষ্টাব্দত পৃথ্বিৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত তৰাইনৰ যুদ্ধ হয়।