অসমৰ প্ৰধান ৰপ্তানী বস্তুবিধ হ’ল-। Posted on 16/06/202216/06/2022 by Puspa Kakati উত্তৰঃ অসমৰ প্ৰধান ৰপ্তানী বস্তুবিধ হ’ল চাহ।
অসমৰ শিলচৰৰ বিমান ঘাটীটোৰ নাম কি? Posted on 16/06/202216/06/2022 by Puspa Kakati উত্তৰঃ অসমৰ শিলচৰৰ বিমান ঘাটীটোৰ নাম হ’ল কুম্ভীৰ গ্ৰাম।
অসমৰ স্বাধীনতা যুঁজৰ প্ৰথম শ্বহীদ কোন? Posted on 16/06/202216/06/2022 by Puspa Kakati উত্তৰঃ অসমৰ স্বাধীনতা যুঁজৰ প্ৰথম শ্বহীদ মণিৰাম দেৱান।