কিমান চনত কাছাৰ গণ সংগ্ৰাম পৰিষদ গঠন হয়? Posted on 14/06/202214/06/2022 by Puspa Kakati উত্তৰঃ ১৯৫১ চনত (৫ ফেব্ৰৱাৰী)।
কোন গৰাকী মুখ্য়মন্ত্ৰীৰ দিনত অসমীয়া ভাষাক ৰাজ্য়ীক ভাষা ৰূপে স্বীকৃতি দিয়া হয়? Posted on 14/06/202214/06/2022 by Puspa Kakati উত্তৰঃ বিমলা প্ৰসাদ কাম সম্পন্ন হয়।
কলাণ্ডৰু বিষ্ণু প্ৰসাদ ৰাভা কোনটো ৰাজনৈতিক দলৰ সমৰ্থক আছিল? Posted on 14/06/202214/06/2022 by Puspa Kakati উত্তৰঃ আৰ চি পি আই (ভাৰতৰ বিপ্লবী কমিউনিষ্ট পাৰ্টী)।
কিমনা চনত হিতেশ্বৰ শইকীয়াৰ মৃত্য়ু হয়? Posted on 14/06/202214/06/2022 by Puspa Kakati উত্তৰঃ ১৯৯৬ চনৰ ১২ এপ্ৰিলত।