১৯৮৩ চনৰ অবৈধ নিৰ্বাচনত জয়ী হৈ কোন মুখ্যমন্ত্রী হয়? Posted on 14/06/202214/06/2022 by Puspa Kakati উত্তৰঃ ১৯৮৩ চনৰ অবৈধ নিৰ্বাচনত জয়ী হৈ হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্রী হয়।
কিমান চনত অসমৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়? (ভাৰত বিধি আইন) অনুষ্ঠিতট হয়। Posted on 14/06/202214/06/2022 by Puspa Kakati উত্তৰঃ ১৯৩৭ চনত।
ও১৯৩৭ চনৰ নিৰ্বাচনৰ পাছত অসম চৰকাৰৰ প্ৰধানমন্ত্রী কোন হয়? Posted on 14/06/202214/06/2022 by Puspa Kakati উত্তৰঃ ও১৯৩৭ চনৰ নিৰ্বাচনৰ পাছত অসম চৰকাৰৰ প্ৰধানমন্ত্রী মহম্মদ ছাদুল্লা (মুছলিম লীগ) হয়।