চৌৰিচৌৰাৰ হত্য়াকাণ্ড কিমনা চনত সংঘটিত হয়? Posted on 14/06/202214/06/2022 by Puspa Kakati উত্তৰঃ ১৯২২ চনৰ ৫ ফ্ৰেব্ৰৱাৰীত।
কিমনা চনত বংগ বিভাজন ৰদ কৰা হয়? Posted on 14/06/202214/06/2022 by Puspa Kakati উত্তৰঃ ১৯১১ চনত বংগ বিভাজন ৰদ কৰা হয়।
বংগ বিভাজনৰ বৰ্ষটো কি? Posted on 14/06/202214/06/2022 by Puspa Kakati উত্তৰঃ বংগ বিভাজনৰ বৰ্ষটো ১৯০৫ চন।
চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ কি আছিল? Posted on 14/06/202214/06/2022 by Puspa Kakati উত্তৰঃ এণ্ডপিল্ড ৰাইফলৰ ব্য়ৱহাৰ।