উত্তৰঃ ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ অন্ত পৰে।
Question and Answer Solution
উত্তৰঃ ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ অন্ত পৰে।
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ দমনৰ বেবা অহা ইংৰাজেজনৰ নাম কেপ্টেইন ৱেল্ছ।
উত্তৰঃ পুৰন্দৰ সিংহক ইংৰাজে ১৮৩৩ চনত ৰজা পাতে।
উত্তৰঃ পিয়ালি বৰফুকনৰ লগত ফাঁচি দিয়া অন্য় এগৰাকী বীৰ ছহিদ হ’ল জীউৰাম দুলীয়া বৰুৱা।