উত্তৰঃ নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য় হ’ল সাতজন ।
Question and Answer Solution
উত্তৰঃ নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য় হ’ল সাতজন ।
উত্তৰঃ পৌৰ সদস্য়সকলক কাউন্সিলাৰ কয় ।
উত্তৰঃ ১৯৯৪ চনত পৌৰ নিগম আইনখন সংশোধন কৰা হৈছিল ।
উত্তৰঃ নগৰ সমিতি ১০, ০০০ কম জনসংখ্য়া থকা ওপৰ এলেকাত স্থাপন কৰা হয় ।