উত্তৰঃ ১৯৬৯ চনত পোন প্ৰথমবাৰৰ বাবে অসমত পৌৰ নিগম ব্য়ৱস্থা কৰা হয় ।
Question and Answer Solution
উত্তৰঃ ১৯৬৯ চনত পোন প্ৰথমবাৰৰ বাবে অসমত পৌৰ নিগম ব্য়ৱস্থা কৰা হয় ।
উত্তৰঃ পৌৰ সভাৰ সৰ্বনিম্ন সদস্য় ১৫ জন ।
উত্তৰঃ পৌৰ নিগমত একোটা ৱাৰ্ডত ৭,০০০ জনসংখ্য়া থাকিব লাগে ।
উত্তৰঃ ১৯৭৪ চনত গুৱাহাটী পৌৰ নিগম গঠন কৰা হয় ।