Month: June 2022

আঞ্চলিক পঞ্চায়তত ২০১১ চনৰ সংশোধনী মতে মহিলাৰ বাবে কিমান আসন সংৰক্ষণৰ ব্য়ৱস্থা আছে ?

উত্তৰঃ আঞ্চলিক পঞ্চায়তত ২০১১ চনৰ সংশোধনী মতে মহিলাৰ বাবে পঞ্চাশ শতাংশ আসন সংৰক্ষণৰ ব্য়ৱস্থা আছে ।

তলৰ কোমটো চনত অসম পঞ্চায়ত আইন অনুসৰি গাঁওসমূহৰ বাবে তিনি তৰপীয়া পঞ্চায়ত ব্য়ৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ?

উত্তৰঃ তলৰ ১৯৯৪ চনত অসম পঞ্চায়ত আইন অনুসৰি গাঁওসমূহৰ বাবে তিনি তৰপীয়া পঞ্চায়ত ব্য়ৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ।