কামৰূপত অসমৰ বিৰুদ্ধে দন্দোৱা দ্ৰোহ কৰা ব্য়ক্তি দুজন কোনল? Posted on 12/06/202212/06/2022 by Puspa Kakati উত্তৰঃ বৰ দত্ত আৰু বীৰ দত্ত।
আলাবৈ ৰণ কিমানজন অসমীয়া সৈন্য় নিহত হয়? Posted on 12/06/202212/06/2022 by Puspa Kakati উত্তৰঃ আলাবৈ ৰণ এদিনতে ১০ হাজাৰ অসমীয়া সৈন্য় নিহত হয়।
কিমান চনত আলাবৈ ৰণ সংঘটিত হয়? Posted on 12/06/202212/06/2022 by Puspa Kakati উত্তৰঃ ১৬৬৯ চনত আলাবৈ ৰণ সংঘটিত হয়।
১৮২৪ আৰু ১৮২৫ চন দুটা কি কাৰণত অসমৰ বাবে কুবছৰ? Posted on 12/06/202212/06/2022 by Puspa Kakati উত্তৰঃ বৃটিছ উক্ত বছৰ দুটাৰ নামনি অসম আৰু উজনি অসম দখল কৰে।