উত্তৰঃ বৃটিছ আৰু মানসকলৰ মাজত ১৮২৬ চনৰ ২৪ ফ্ৰেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হয়।
Question and Answer Solution
উত্তৰঃ বৃটিছ আৰু মানসকলৰ মাজত ১৮২৬ চনৰ ২৪ ফ্ৰেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হয়।
উত্তৰঃ লতা কটা ৰণ ৰাজেস্বৰ সিংহ ৰজাৰ দিনত হয়।
উত্তৰঃ গড়গাঁৱৰ শিলৰ দুৱাৰ প্ৰমত্ত সিংহ ৰজাৰ দিনত সজোৱা।
উত্তৰঃ প্ৰমত্ত সিংহ ৰজাৰ দিনত গুৱাহাটীৰ শুক্লেশ্বৰ মন্দিৰ নিৰ্মাণ কৰা হৈাছিল।