কিমান চনত অসম পৌৰ আইনমতে নগৰ সমিতি গঠন কৰা হয় ? Posted on 26/06/202226/06/2022 by Puspa Kakati উত্তৰঃ ১৯৫৬ চনত অসম পৌৰ আইনমতে নগৰ সমিতি গঠন কৰা হয় ।
পৌৰ সভাৰ সৰ্বোচ্চ সদস্য় কিমান ? Posted on 26/06/202226/06/2022 by Puspa Kakati উত্তৰঃ পৌৰ সভাৰ সৰ্বোচ্চ সদস্য় ৩০ জন ।
ভাৰতৰ শেষ মোগল সম্ৰাটজনৰ নাম কি? Posted on 25/06/202225/06/2022 by Puspa Kakati উত্তৰঃ বাহাদুৰ শ্বাহ।