ৰংঘৰ কোন গৰাকী আহোম ৰজাৰ দিনত সজোৱা? Posted on 11/06/202211/06/2022 by Puspa Kakati উত্তৰঃ ৰংঘৰ কোন প্ৰমত্ত সিংহ ৰজাৰ দিনত সজোৱা।
কোনগৰাকী আহোম ৰজা কোঁৱৰীৰ নিৰ্দেশত সকুমাৰ বৰকাইথে হস্তী বিদ্যাৰ্ণৱ নানৰ পুথিখন লিখিছিল? Posted on 11/06/202211/06/2022 by Puspa Kakati উত্তৰঃ ফুলেশ্বৰী কুঁৱৰী।
দিলবৰ আৰু দোচাই কোন? Posted on 11/06/202211/06/2022 by Puspa Kakati উত্তৰঃ শিৱ সিংহৰ দিনৰ দুজন চিত্ৰকৰা।
আহোম ৰজাত্ব কালত কোন গৰাকী মহিলাই সিংহাসনত উঠে? Posted on 11/06/202211/06/2022 by Puspa Kakati উত্তৰঃ আহোম ৰজাত্ব কালত ফুলেশ্বৰী কুঁৱৰী সিংহাসনত উঠে।