উত্তৰঃ ‘পিতা-পুত্ৰ ‘ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ হ’ল হোমেন বৰগোহাঞি ।
Question and Answer Solution
উত্তৰঃ ‘পিতা-পুত্ৰ ‘ নামৰ গ্ৰন্থৰ গ্ৰন্থকাৰ হ’ল হোমেন বৰগোহাঞি ।
উত্তৰঃ China Town Days মাকাম অসমীয়া উপন্য়াসৰ খন অনুবাদ ।
উত্তৰঃ কলিকতা বিশ্ববিদ্য়ালয়ত ১৯৩৮ চনত অসমীয়া বিভাগ স্থাপন কৰা হৈছিল ।
উত্তৰঃ ভবেন্দ্ৰনাথ শইকীয়া প্ৰথম অসম উপত্য়কা সাহিত্য বঁটা লাভ কৰিছিল ।