উত্তৰঃ ১৭১৪ চনত ৰুদ্ৰ সিংহৰ মৃত্য়ু হয়।
Question and Answer Solution
উত্তৰঃ ১৭১৪ চনত ৰুদ্ৰ সিংহৰ মৃত্য়ু হয়।
উত্তৰঃ জয়সাগৰ আৰু জয়দৌল ৰুদ্ৰ সিংহৰ মাতৃ জয়মতীৰ স্মৃতি নিৰ্মাণ হৈছিল।
উত্তৰঃ কাকতি, কটকী, বৈৰাগী, কাউণ্ড, দলৈ আদি পদৰ সৃষ্টি কৰা আহোম ৰজাৰন হ’ল ৰুদ্ৰ সিংহ।
উত্তৰঃ ৰুদ্ৰ সিংহ ৰজাই ৰজা হোৱা পিছত ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ আনে।