উত্তৰঃ পচা প্ৰথাৰ প্ৰচলন প্ৰতাপ সিংহ ৰজাই কৰিছিল।
Question and Answer Solution
উত্তৰঃ পচা প্ৰথাৰ প্ৰচলন প্ৰতাপ সিংহ ৰজাই কৰিছিল।
উত্তৰঃ প্ৰতাপ সিংহ ৰজাই ৰবফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কৰিছিল।
উত্তৰঃ আহোম ৰজা খোৰা ৰজাই ৫০ বছৰ ৰাজত্ব কৰিছিল।
উত্তৰঃ চুক্লেংমুং ৰজাই গড়গাঁৱত ৰাজধানী পাতে।