উত্তৰঃ চুহুমুং বা দিহিঙীয়া আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল।
Question and Answer Solution
উত্তৰঃ চুহুমুং বা দিহিঙীয়া আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল।
উত্তৰঃ চুহুমুং আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হয়।
উত্তৰঃ দিহিং নদীৰ পাৰৰ বকতাত ৰাজধানী পতা আহোম ৰজাজন হ’ল চুহুমং।
উত্তৰঃ শিঙৰী ঘৰত উঠা প্ৰথা চুদাংফা আহোম ৰজাৰ দিনত আৰম্ভ হয়।