উত্তৰঃ বিদেশী কাব্য়ৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম হৈছে ওমৰ তীৰ্থ ।
Question and Answer Solution
উত্তৰঃ বিদেশী কাব্য়ৰ পৰা প্ৰথম পূৰ্ণাংগ অসমীয়াত অনুবাদ কৰা গ্ৰন্থখনৰ নাম হৈছে ওমৰ তীৰ্থ ।
উত্তৰঃ প্ৰথম অসমীয়া সামাজিক নাটকখনৰ নাম হৈছে ৰামনৱমী ।
উত্তৰঃ প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম হৈছে ল’ৰাবন্ধু ।
উত্তৰঃ প্ৰথম শিশু উপন্য়াসখনৰ নাম হৈছে পাতালপুৰী ।