নৰনাৰায়ণৰ মৃত্য়ুৰ পিছত কোজ ৰাজ্য় দুভাগত বিভক্ত হয়, এই ভাগ দুটা কি কি? Posted on 08/06/202208/06/2022 by Puspa Kakati উত্তৰঃ কোচ বিহাৰ আৰু কোচ হাজো।
বাৰভূঞাসকলৰ বাৰ শব্দটোৰ অৰ্থ কি? Posted on 08/06/202208/06/2022 by Puspa Kakati উত্তৰঃ সন্মানসূচক শব্দ।
শালসম্ভৰ মৃত্য়ুৰ পিছত কোনজন ৰাজই শাসন চলাই? Posted on 08/06/202208/06/2022 by Puspa Kakati উত্তৰঃ শালসম্ভৰ মৃত্য়ুৰ পিছত শ্ৰী হৰ্ষদেৱ শাসন চলাই।