ভাস্কৰ বৰ্মনে ৫৯৪ চনত সিংহাসন আৰোহণ কৰাৰ পিছত কোনবিধ চনৰ প্ৰচলন হয়? Posted on 08/06/202208/06/2022 by Puspa Kakati উত্তৰঃ ভাস্কৰাব্দ বা কামৰূপী চন।
পূয্য় বৰ্মন কোন ৰজাৰ সমসাময়িক আছিল? Posted on 08/06/202208/06/2022 by Puspa Kakati উত্তৰঃ গুপ্ত সম্ৰাট দিতীয় চন্দ্ৰগুপ্তৰ।
কিমান চনত পূয্য় বৰ্মনে ৰাজত্ব চলাইছিল? Posted on 08/06/202208/06/2022 by Puspa Kakati উত্তৰঃ ৩৫৫ চনত পূয্য় বৰ্মনে ৰাজত্ব চলাইছিল।
ভানুমতীৰ বিয়া উপলক্ষে ভগ দত্তৰ ৰজাই কোনটো পুখুৰী খন্দাইছিল? Posted on 08/06/202208/06/2022 by Puspa Kakati উত্তৰঃ গুৱাহাটীৰ দীঘলীপুখুৰী।