উত্তৰঃ নলিনীবালা দেৱী ।
Question and Answer Solution
উত্তৰঃ নলিনীবালা দেৱী ।
উত্তৰঃ প্ৰথম মহিলা বিধান সভাৰ উপাধ্য়ক্ষ হ’ল বনেলি খংমেন ।
উত্তৰঃ প্ৰথম চলচ্চিত্ৰ অভিনেত্ৰী আইদেউ সন্দিকৈ ।
উত্তৰঃ প্ৰথম মহিলা জ্ঞানপীঠ বঁটী বিজয়ী হ’ল ড০ মামনি ৰয়চম গোস্বামী ।