নামেৰী ৰাষ্ট্ৰীয় উদ্য়ানক কেতিয়া স্বীকৃতি দিয়া হৈছিল ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ নামেৰী ৰাষ্ট্ৰীয় উদ্য়ানক ১৯৯৮ চনৰ ১৫ নবেম্বৰ স্বীকৃতি দিয়া হৈছিল ।
প্ৰথম অসমীয়া Ph. d. লাভ কৰোতা কোন ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ ড০ ময়িদুল ইছলাম বৰা ।
ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত ? Posted on 07/06/202207/06/2022 by Puspa Kakati উত্তৰঃ মৌচুমী ।