উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাই যোৰহাটত সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰে।
Question and Answer Solution
উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাই যোৰহাটত সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰে।
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম জাহাজ ১৮৮৩ চনত চলে।
উত্তৰঃ বংগৰ পৰা অসম ১৮৭৪ চনত পৃথক হয়।
উত্তৰঃ অসমীয়া ভাষাৰ পুণৰ প্ৰচলন ১৮৭২ চনৰ পৰা হৈছিল।