উত্তৰঃ ভাৰতৰ প্ৰথম লো-তীখা কাৰখানা প্ৰতিষ্ঠা কুলটী হৈছিল ।
Month: June 2022
ভাৰতৰ ক’ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল ?
উত্তৰঃ ভাৰতৰ কলকাতা প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল ।
ভাৰতৰ প্ৰথম কয়লা খনি প্ৰকল্প থকা ৰাজ্য় কোনখন ?
উত্তৰঃ ভাৰতৰ প্ৰথম কয়লা খনি প্ৰকল্প থকা ৰাজ্য়খন হ’ল ৰাণীগঞ্জ ।
Temperature Forest Research Centre ক’ত অৱস্থিত ?
উত্তৰঃ Temperature Forest Research Centre চিমলা অৱস্থিত ।